BuddaBuddhahood
Buddha (English) [ IPA: ˈbuːdə ASM: বুদ্ধ]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-24
English: Buddha, canny, knowing, knowledgeable, shrewd, wise,
Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Mizo (Lushai): fing,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
English: Buddha, Gautama,
Assamese: অকনিষ্ঠ, অকূৰ্চ, গৌতম, গৌতম-বুদ্ধ, তথাগত, দশবল, ধৰ্মকেতু, পদ্মপাণি, বিনায়ক, বিশ্বজিৎ, বুদ্ধ, বুদ্ধদেৱ, বোধিসত্ব, মহাবোধি, মহামুনি, মহাশ্ৰমণ, লোকজিৎ, শাক্যমুনি, শাক্যসিংহ, শৌদ্ধোদন, শ্ৰীঘন, ষড়ভিক্ত, ষড়ভিজ্ঞ, সম্বুদ্ধ, সিদ্ধাৰ্থ, সুগত,
Bodo: बुद्ध,
Karbi: budho,
Dimasa: Budda,
TAI-Ahom: fra,
Bangla: বুদ্ধ,
Hajong: গৌতম, বুদ্ধ
Buddha (English) [ IPA: ˈbuːdə ASM: বুদ্ধ]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-24
1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Mizo (Lushai): fing,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং
Different POS:
a. Abstract Noun: knowledge, perception, অৱগতি, অৱগম, ওৱাকিপ...Related Idea:
b. Proper Adj.-Common: proficient, কাৰ্য্যদক্ষ, ব্যুৎপত্তিমন্ত, ব্যুৎপন্ন, সিদ্ধহস্ত...Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
2. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷