movement (English) [ IPA: ˈmuːvmənt ASM: মুভমেণ্ট]
    1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
    2. Political Science(Abstract Noun) An individual or collective gesture or display of disapproval ব্যক্তিগত বা সামূহিকভাৱে প্ৰদৰ্শন কৰা অসন্মতি বা অসন্তুষ্টি
    Contributed by: Bikram M Baruah on 2021-07-01
    3. (Verbal Noun) এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কোনো এক বস্তুৰ স্থিতি সলনি কৰা কাৰ্য্য৷