limit (English) [ IPA: ˈlɪmət ASM: লিমিট]
    adj: limitless
    Contributed by: Biraj Kumar Kakati on 2008-05-12
    1. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-08
    2. (Abstract Noun) the final, utmost, or furthest boundary or point as to extent, amount, continuance, procedure, etc. কোনো পৰিসৰ, পৰিমাণ, প্ৰচলন, প্ৰক্ৰিয়া আদিৰ অন্তিম, চূড়ান্ত বা আটাইতকৈ নিলগৰ বিন্দু বা প্ৰান্ত।