border (English) [ IPA: ˈbɔrdər ASM: বৰ্ডাৰ]
    1. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷
    Contributed by: Anjali Sonowal on 2009-06-02
    2. (Material Noun-Neuter) a strip around the edge of a piece of a cloth . কাপোৰৰ দাঁতি বা মোখনি । যেনে,চুৰিয়াৰ আউঠি ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
    3. (Material Noun-Neuter) the border of a wearing cloth which is folded and stitched মেখেলা অথবা আন পিন্ধা কাপোৰৰ আউঠি ছিগি এৰাই নেযাবলৈ মোটকাই সি দিয়া অংশ
    English:
    Bangla:

    border (Nagamese)
    Contributed by: Mousumi Konwar on 2023-05-05
    4. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷