hug (English) [ IPA: ˈhəg ASM: হাগ]
    Contributed by: ৰূপকমল on 2007-05-03
    1. (Verb-Trans.) to cling closely, especially by holding by hands. হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
    2. (Verbal Noun) an act or instance of taking or clasping in the arms; pressing to the bosom. দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।