gelep (Dimasa)
Contributed by: Uttam Bathari on 2008-05-15
1. (Proper Adj.-Common) without much flesh or fat; not plump or fat বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
Assamese:
অস্থিচৰ্মসাৰ অস্থূল আংমৰা আশকতীয়া কঁকীলা সজীয়া ককৰ্তনীয়া ককৰ্ত্তনীয়া কাউৰী-ঠেঙীয়া কিৰ্কিয়া কৃশ কৃশাংগ কৃশাঙ্গ কেঁটেলা কেটেং মেটেং কেটেঙা কেলেবাং কোকোহা ক্ষীণ ক্ষীণকায় ক্ষীনাংগ খিচিৰা খীণ চিচ চিঞা চিয়াঁ চেৰেলা জঁকাভাৰী টেটেৰা তনু তন্বী দুৰ্বল নালীয়া নিশকতীয়া নৰম পাতল পাতলা bo বিশীৰ্ণ মুজুৰা মুজুৰা-খোৱা মুজুৰা-পৰা মেমেৰা লনি লিটা লিহিকা লেঙা লেটেঙা লেৰেলা শীৰ্ণ শীৰ্ণকায় হাঁড়ে-ছালে লগা হাড়ত খোৱা
Mising:
Khasi:
Meeteilon:
Bishnupriya Manipuri:
Karbi:
TAI-Ahom:
Hindi: