gate (English) [ IPA: ˈgeɪt ASM: গেইট]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
1. (Material Noun-Neuter) an entrance through a fence normally built with iron, bamboos or wood. চাৰিওকাষৰ বেৰা বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰাৰ সুবিধাৰ বাবে দুৱাৰৰ দৰে ব্যৱস্থা থাকে।
Contributed by: Sudipta Kumar Gogoi on 2006-03-17
2. (Material Noun-Neuter) A structure made in the memory of someone as an entrance to some institution of complex. কোনো প্ৰতিষ্ঠান বা চৌহদৰ প্ৰৱেশ-দ্বাৰত সাজি উলিওৱা এক গাঁথনি
gate (Santali)
Contributed by: Joy Sagar Murmu on 2025-02-27
3. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়