dance (English) [ IPA: ˈdæns ASM: ডেনচ]
1. Performing Art(Verb-Intran.) To move rhythmically usually to music, using prescribed or improvised steps and gestures. লয়বদ্ধ নিৰ্দ্ধাৰিত খোজ আৰু ভঙ্গিমাৰে সঙ্গীতৰ সৈতে তাল মিলাই অঙ্গ সঞ্চালন কৰ্
2. Performing Art(Verbal Noun) Improvised & prescribed steps and gestures usually in rhythm with music সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি