combination (English) [ IPA: ˌkɑmbəˈneɪʃən ASM: কম্বিনেচন]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-09
    1. (Abstract Noun) The act of two or more bodies coming together and becoming one. দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
    Contributed by: Bikram M Baruah on 2006-11-09
    2. (Verbal Noun) the product of a mixing process. মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।