band (English) [ IPA: ˈbænd ASM: বেণ্ড]
    Contributed by: Mohen Naorem on 2009-03-31
    1. (Abstract Noun) a number of individual entities/persons working together with common purposes or opinions who support one side of a dispute, question, debate, etc. বহুতো ব্যক্তিয়ে উমৈহতীয়া মতামত বা উদ্দেশ্যেৰে একেলগে কাম কৰা, যি কোনো বিবাদ, প্ৰশ্ন বা বিতৰ্ক আদিৰ এটা ফাল সমৰ্থন কৰে৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-09-19
    2. (Common Noun-Neuter) a thin, flat strip of some material for binding, confining, trimming, protecting, etc. কোনো বস্তুৰ পাতল, চেপেটা, দীঘলীয়া টুকুৰা যাক বান্ধিবলৈ, সীমাৰে আৱদ্ধ কৰিবলৈ বা আন কামত ব্যৱহাৰ কৰা হয়৷
    English:
    Assamese: