Anga (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
1. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam) ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
anga (Garo)
Ref: Merian Dictionary Eng to Garo by D. S. Nengminza
2. (Pronoun-Common) refers to the speaker himself/herself. বক্তাজনে তেওঁকে/তাইকে (নিজকে) বুজোৱা শব্দ| anga (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-14
3. (Pronoun-Common) Of self; the word used by a speaker or writer when referring to himself. নিজৰ; বক্তা অথবা লেখকে নিজক বুজাবলৈ ব্যৱহাৰ কৰা সম্বোধন৷