সংকট (Assamese) [ Roman: xong.kot]
    Contributed by: Bikram M Baruah on 2007-11-28
    1. (Abstract Noun) A possible existence of a situation capable of causing harm. It has not affected anybody yet, but has been speculated. হানি কৰিবৰ ক্ষমতা থকা এক সম্ভাব্য অৱস্থা| ই এতিয়ালৈকে কাৰো কোনো হানি কৰা নাই, কিন্তু তেনে কৰিব পাৰিব বুলি সন্দেহ কৰা হৈছে|
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-28
    2. (Abstract Noun) An unstable situation which is difficult to resolve. সহজে সমাধা কৰিব বা পৰিত্ৰাণ পাব নোৱাৰা কোনো অস্থিৰ পৰিস্থিতি।

    Example Sentences:

    1. যাত্ৰাৰ পথত আমি বহু সংকটৰ সন্মুখীন হৈছিলো।