ভৱন (Assamese) [ Roman: bho.bon]
Contributed by: Bikram M Baruah on 2006-03-27
1. (Material Noun-Neuter) a relatively permanent and large enclosed construction over a plot of land, having a roof and usually windows and often more than one level, used for any of a wide variety of activities, as living, entertaining, or manufacturing. সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷
2. (Material Noun-Neuter) a construction build to shelter, keep, or store আশ্ৰয়ৰ বাবে, বস্তু ৰখা বা জমা থোৱাৰ বাবে নিৰ্মিত কোনো গাঁঠনি
English:
Bodo:
Mising:
Meeteilon:
Mizo (Lushai):
Dimasa:
Ao:
Chakma:
Hindi:
Bangla:
Nepali:
Rabha:
Santali:
TAI-Phake: