বেঙা (Assamese) [ Roman: be.nga]
alt: বেঙ্গা, fm: বেঙী
Contributed by: Anjali Sonowal on 2007-05-04
1. (Verbal Noun) the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet. ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
Contributed by: Rupankar Mahanta on 2007-05-04
2. (Proper Adj.-Common) Too ready to believe others, One who can be tricked easily. যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷