বিস্তাৰ (Assamese) [ Roman: bis.tar]
    1. (Abstract Noun) the way or position in which a thing is laid or lies কোনো বস্তু থকা বা ৰখা অৱস্থান বা ধৰণ
    Contributed by: Biraj Kumar Kakati on 2006-03-27
    Ref: হেমকোষ (পুৰণি)
    2. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|
    Contributed by: Bikram M Baruah on 2006-03-27
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    3. Physics(Abstract Noun) the maximum displacement of a periodic wave কিছু সময়ৰ মূৰে মূৰে অহা ঢৌৰ সৰ্বাধিক অপসৰণ