ঘুগুলা (Assamese) [ Roman: ghu.gu.la]
    fm: ঘুগুলী
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
    1. (Proper Adj.-Common) Abnormally thin or weak, especially because of illness or a lack of food. বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-20
    2. (Material Noun-Neuter) the crumbled pieces of any crop or object that comes out when beaten or crushed কোনো শস্য বা বস্তুত কোবালে বা খুন্দিলে তাৰপৰা ভাগি-ছিগি গুৰি হৈ ওলোৱা জাবৰ