ককাই (Assamese) [ Roman: ko.kai]
    co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -জন
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-05
    1. (Common Noun-Masculine) A brother (may or may not be of same parents) who is elder than yourself. নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷