উখলি (Assamese) [ Roman: u.kho.li]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) a wooden mortar used for cleaning rice by pounding it with a pestle. কোনো মাৰিৰে ধান খুন্দা ডাঙৰ কাঠৰ যতন৷ সাধাৰণতে জনজাতীয় সমাজত ইয়াক ব্যৱহাৰ কৰা হয়৷