☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
অনেকবিধ
(Assamese)
[
Roman:
o.nek.bidh]
Contributed by:
Anjali Sonowal
on 2008-12-17
1.
(Proper Adj.-Common)
having differing characteristics বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
English:
miscellaneous
various
varried
Assamese:
অনেক প্ৰকাৰ
অনেকবিধ
কত কি
কত প্ৰকাৰ
কত ৰকম
কতো
তৰহে-তৰহে
নানা
নানাতৰহ
নানান
নানাপ্ৰকাৰ
নানাবিধ
নানাৰকম
বহুপ্ৰকাৰ
বহুবিধ
বহুৰকম
বাৰেকুৰি
বাৰেমিহলি
বাৰেৰহণীয়া
বিধে-বিধে
বিবিধ
বিবিধপ্ৰকাৰ
বিভিন্ন
বেবেজীয়া
ভিন-ভিন
সান-মিহলি
হৰেকৰকম
Bodo:
बायदि रोखोम
बायदि रोखोमनि
Mising:
jate-rokom
Dimasa:
gibin gibin
Bangla:
অনেক রকম
নানাবিধ
নানারকম
বহু প্রকার
বিভিদ
বিভিন্ন
হরেকরকম
Nepali:
नाना थरि
बिभिन्न
विविध
Deori:
অমচ্চাৰে
বাৰে-বঙলুৱা
বাৰেকুৰি
লাচি-বাচি
য়াৰাবা
Related Idea:
a. Proper Adj.-Neuter:
different
dissimilar
unlike
অপৰ
অসদৃশ
...