অংগুৰি (Assamese) [ Roman: ong.gu.ri Origin: সং.]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-06
    1. (Material Noun-Neuter) a circular orgament worn on the finger আঙুলিত পিন্ধা এক বৃত্তাকাৰ অলঙ্কাৰ

    Description

    Example Sentences:

    1. মহিলা গৰাকীয়ে হাতত এটা সোণৰ অংগুৰি পৰিধান কৰি আছে।