ৱাটৱাৰেণ্টী

ৱালপেপাৰ (Assamese) [ Roman: wal.pe.par]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-06
1. (Proper Noun) A picture or design displayed on the background of a computer screen, usually for the desktop of a graphical user interface . 'Wallpaper' is the term used in Microsoft Windows , while the Mac OS calls it a 'desktop picture'. কম্পিউটাৰ স্ক্ৰীণৰ পৃষ্ঠভূমি ৰঙীনভাৱে সজাবৰ বাবে আৰু তাত প্ৰদৰ্শিত হ’ব পৰা চিত্ৰ ৷ ইয়াক "ডেস্কট’প প্ৰতিচ্ছবি"ও বোলা হয় ৷