ৰুটিৰুণ

ৰুটী (Assamese) [ Roman: ru.ti]
Contributed by: Partha P Sarmah on 2008-02-14
1. (Material Noun-Neuter) a generic term for several kinds of bread(includes chapati) that is cooked on a griddle. আটা মাৰি গোল আৰু পাতলকৈ বেলি তেৱাত সেকি তৈয়াৰ কৰা এবিধ আহাৰ৷ ইয়াৰ ওপৰত ঘিঁউ আদি সানিব পাৰি৷ বহু ভাৰতীয়ৰ মূল আহাৰ৷
English: roti,
Assamese: ৰুটী,
Nagamese: roti