ৰাসেশ্বৰৰাস্তা
ৰাসেশ্বৰী (Assamese) [ Roman: ra.xe.swori]
Contributed by: Biraj Kumar Kakati on 2010-11-13
English: Radha,
Assamese: কানুপ্ৰিয়া, কৃষ্ণপ্ৰিয়া, গোপনন্দিনী, গোপবালা, বাৰ্ষভানৱী, বৃন্দাবনবিলাসিনী, বৃন্দাবনেশ্বৰী, বৃষভানুনন্দিনী, বৃষভানুসুতা, ব্ৰজকিশোৰী, ব্ৰজসুন্দৰী, ব্ৰজেশ্বৰী, শ্ৰীময়ী, শ্ৰীৰাধিকা, হ্লাদিনী, ৰাই, ৰাইকিশোৰী, ৰাধা, ৰাধিকা, ৰাসেশ্বৰী,
Bodo: राधे
ৰাসেশ্বৰী (Assamese) [ Roman: ra.xe.swori]
Contributed by: Biraj Kumar Kakati on 2010-11-13
1. Religious-Mythological(Proper Noun-Feminine) Radha is name of a cowherdess (a gopi) who is Krishna's supreme beloved. কৃষ্ণৰ এজনী অতি প্ৰিয় গোপীৰ নাম৷