ৰাভাসকলৰহেৰাম জন্মভূমি

ৰাম (Assamese) [ Roman: ram]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
1. Hinduism(Proper Noun-Masculine) Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils. বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-16
2. (Preffix) It is a prefix to denote "big". e.g. `ramtangon`. উপসৰ্গ শব্দৰ সমুখত বহি অত্যধিক বুজাই যেনে-ৰামটাঙোন, ৰামটেঙা
Assamese: ৰাম

ৰাম (Rabha) [ Roman: ra.am]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-03-28
3. (Common Noun-Neuter) a long, flat and smooth construction of tar concrete or brick over the earth connection two destinations for traveling দুখন ঠাইৰ মাজত অহা-যোৱা কৰাৰ বাবে বন্ধা দীঘল, সমান আৰু মিহি মাটিৰ লোৰ