ৰছী টনা খেলৰজক
ৰজঃ (Assamese) [ Roman: ro.joh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
English: menstruation,
Assamese: আচাৰ, ঋতুস্ৰাব, নোৱাৰা, মাহেকীয়া, সত, ৰজঃ, ৰজোদৰ্শন,
Dimasa: sao-gusu,
Tai: অক্ ছাৱ
ৰজঃ (Assamese) [ Roman: ro.joh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
1. (Abstract Noun) the process or time of the flow of blood from the uterus. মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।
Assamese: আচাৰ, ঋতুস্ৰাব, নোৱাৰা, মাহেকীয়া, সত, ৰজঃ, ৰজোদৰ্শন,
Dimasa: sao-gusu,
Tai: অক্ ছাৱ