ৰক্ত-সঞ্চালনৰক্তক

ৰক্ত-সাৰ (Assamese) [ Roman: rok.to-xar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-11-04
1. Biology(Common Noun-Neuter) a dry, inert powder made from blood, used as a high-nitrogen organic fertilizer and a high protein animal feed. জন্তুৰ তেজৰ পৰা প্ৰস্তুত কৰা শুকান, নিস্ক্ৰিয় গুড়ি, যাক অধিক নাইট্ৰোজেন-যুক্ত জৈৱিক সাৰ আৰু অধিক প্ৰ’টিন-যুক্ত পশু খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়৷
English: blood meal,
Assamese: ৰক্ত-সাৰ