য়মতুয়া য়মা (Deori) [ Roman: ya.ma]Contributed by: Satabdi Dutta on 2022-11-01 1. (Material Noun-Neuter) a kind of basket for catching fis দুই মূৰ ঠেক বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ মাজত এটা বিন্ধা থাকে আৰু সেই ফালেদি মাছ ভিতৰলৈ সোমাই | English: Sepa, Assamese: চেপা, Dimasa: sepa, Deori: য়মা