হৰ্ত্তা-কৰ্ত্তাহৰ্যক্ষ

হৰ্ম্য (Assamese) [ Roman: hor.myo]
Contributed by: Biraj Kumar Kakati on 2007-12-17
1. (Material Noun-Neuter) a relatively permanent and large enclosed construction over a plot of land, having a roof and usually windows and often more than one level, used for any of a wide variety of activities, as living, entertaining, or manufacturing. সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷

Contributed by: ৰূপকমল on 2007-12-17
2. (Material Noun-Neuter) the official residence of a king, queen, bishop, or other sovereign or exalted personage ৰজা, মহাৰজাসকলৰ ডাঙৰ আট্টালিকা৷