হুতাশনহুতাহ
হুতাশনীয়া (Assamese) [ Roman: ho.ta.xo.ni.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-09
English: prodigal,
Assamese: অপব্যয়ী, অপৰিমিতব্যয়ী, অমিতব্যয়ী, খৰচী, ধোঁৱাখুলীয়া, ভাঙনিয়াৰ, হুতাশনীয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-24
English: avaricious, covetous,
Assamese: অৰ্থলুভীয়া, অৰ্থলোভী, ধনলুব্ধ, ধনলোভী, হুতাশনীয়া,
Karbi: mek the
হুতাশনীয়া (Assamese) [ Roman: ho.ta.xo.ni.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-09
1. (Proper Adj.-Common) characterized by spending too much money or wasting money অতিপাত টকা-পইচা খৰচ কৰা বা অপচয় কৰা
Assamese: অপব্যয়ী, অপৰিমিতব্যয়ী, অমিতব্যয়ী, খৰচী, ধোঁৱাখুলীয়া, ভাঙনিয়াৰ, হুতাশনীয়া
Different POS:
a. Common Noun-Common &/or Masculine: extravagant, spendthrift, waster, খৰচী, ধোঁৱাখুলীয়া...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-24
2. (Proper Adj.-Common) extremely greedy for money ধন-সম্পত্তিৰ অতিশয় লোভ থকা
Assamese: অৰ্থলুভীয়া, অৰ্থলোভী, ধনলুব্ধ, ধনলোভী, হুতাশনীয়া,
Karbi: mek the