হিৰণ্যকশিপুৱেহিৰণ্যদ
হিৰণ্যগৰ্ভ (Assamese) [ Roman: hi.ro.nyo.gor.bho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
English: Brahma,
Assamese: অকাৰ, অগজন্মা, অঘ্ন, অজন, অব্জযোনী, কঞ্জ, কঞ্জৰ, কমল-সম্ভৱ, কমলযোনি, কমলাসন, চতুৰ বয়ন, চতুৰ মুহ, চতুৰানন, চতুৰ্বক্ত্ৰ, চতুৰ্মুখ, চিদম্বৰ, চিদাত্মা, তেজোৰূপ, নাভিজ, পদ্ম যোনি, পদ্মভূ, পদ্মোদ্ভৱ, প্ৰজাপতি, পৰমেষ্ঠী, বিধাতৃ, বিৰিঞ্চি, ব্ৰহ্মা, শতধৃতি, সনৎ, হংসবাহন, হিৰণ্ময়, হিৰণ্যগৰ্ভ, হেমাংগ,
Dimasa: Brahma,
Bangla: ব্রহ্মা,
Deori: জমতি
হিৰণ্যগৰ্ভ (Assamese) [ Roman: hi.ro.nyo.gor.bho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
1. (Proper Noun-Masculine) One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe. জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷