হিমস্খলনহিমাংশু

হিমাংক (Assamese) [ Roman: hi.mang.ko]
Contributed by: Rupankar Mahanta on 2008-01-31
1. (Abstract Noun) the temperature at which a liquid of specified composition freezes and solidifies under a specified pressure এক নিৰ্দ্দিষ্ট চাপত যি উষ্ণতাত নিৰ্দ্দিষ্ট উপাদান বিশিষ্ট এক জুলীয়া পদাৰ্থ বৰফলৈ ৰূপান্তৰিত হৈ গোট মাৰে।