হাতাম-পুৰুহিয়াহাতালোৰ

হাতালি (Assamese) [ Roman: ha.ta.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-21
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Noun) A kind of children's game where small pebbles like objects are thrown with the palm and caught by the opposite side of the palm. সৰু সৰু খোলাকটি বা আন সেই নিচিনা বস্তু হাতৰ তলুৱাৰে ওপৰলৈ মাৰি হাতৰ পিঠিৰে ধৰা এবিধ ল’ৰাৰ খেল ৷