হাতপাখাহাতপুথিৰ

হাতপুথি (Assamese) [ Roman: hat.pu.thi]
Contributed by: Bikram M Baruah on 2006-12-28
1. (Material Noun-Neuter) A booklet that instructs on the usage of a particular tool. কোনো বিশেষ সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দ্দেশাৱলী সন্নিৱিষ্ট থকা এখন সৰু কিতাপ।

Contributed by: Bikram M Baruah on 2021-02-10
2. (Material Noun-Neuter) a book or document written before the invention of printing. ছপাশাল আবিষ্কাৰ হোৱাৰ আগতে হাতে-লিখা পুথি৷