হতভাগীহতমূৰ্খ
হতভাগ্য (Assamese) [ Roman: ho.to.bha.gyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-29
English: gone, unlucky,
Assamese: অভগা, অভাগা, অভাগীয়া, কপালহীন, কৰ্মনশীয়া, কৰ্ম্মনশীয়া, গজমূৰা, গজমূৰী, গজমূৰীয়া, ঢাট-কপলীয়া, ঢাৰ-কপলীয়া, দশাহীন, দুৰ্কপলীয়া, দুৰ্ভগা, দুৰ্ভগীয়া, ধাতকপলীয়া, ধূতকপলীয়া, ফুটাকপলীয়া, বৰাক, ভাগ্যশূন্য, ভাগ্যহীন, মন্দভাগী, ললাটী, হতভগীয়া, হতভাগা, হতভাগী, হতভাগ্য,
Bodo: गोमालांनाय,
Mising: gone,
Garo: gopal gri,
Bishnupriya Manipuri: ভাগ্যাহীন,
Tai: জম্ কাম্
Contributed by: Bikram M Baruah on 2008-05-08
English: deplorable, lamentable, sorrowful, woeful, woesome,
Assamese: কালিন্দী, দুঃখকাৰক, দুঃখকৰ, দুঃখজনক, দুঃখদায়ক, দুঃখদায়ী, দুঃখপ্ৰদ, দুখজনক, দুখলগা, দুৰ্ভগীয়া, দুৰ্ভাগ্যৱন্ত, মন্দভাগ্য, শোকলগা, শোকাবহ, হতভাগ্য,
Bodo: दिखारनांथाव, दुखुनांथाव,
Hmar: lungsietum, pawi,
Deori: মন-চ্চিৰুবা
Contributed by: Bikram M Baruah on 2008-05-08
English: bad luck, ill-luck, misfortune,
Assamese: অভাগ্য, আটকপাল, কপালৰ গাঁঠি, ঘাউৰা, ঢাট কপাল, ঢাত কপাল, দিন-মন্দ, দুতৰ, দুৰদৃষ্ট, দুৰ্কপাল, দুৰ্দৈৱ, দুৰ্বাসনা, দুৰ্ভগ, দুৰ্ভাগ্য, দৈৱদোষ, দৌৰ্গত্য, পোৰা কপাল, পৰাঠ, ফুটা কপাল, বিমংগল, ভাগ্যদোষ, মন্দভাগ্য, হতভাগ্য,
Bodo: गाज्रि खाफाल, सुनि खाफाल,
Mising: gopod, jomal,
Dimasa: kopal hamya, kormon hamya,
Deori: ইগায়াবা পিচ্চঁ, চ্চাবা-পিচ্চঁ, দুৰৈবতিয়া-পিচ্চ, পিচ্চঁ-চ্চাবা, বিপতি-চাবা, বিলাই-চাবা, লৈ-লৈ-তৈতৈ-চাবা
হতভাগ্য (Assamese) [ Roman: ho.to.bha.gyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-29
1. (Proper Adj.-Common) one who suffers bad luck যাৰ ভাগ্য বেয়া
Assamese: অভগা, অভাগা, অভাগীয়া, কপালহীন, কৰ্মনশীয়া, কৰ্ম্মনশীয়া, গজমূৰা, গজমূৰী, গজমূৰীয়া, ঢাট-কপলীয়া, ঢাৰ-কপলীয়া, দশাহীন, দুৰ্কপলীয়া, দুৰ্ভগা, দুৰ্ভগীয়া, ধাতকপলীয়া, ধূতকপলীয়া, ফুটাকপলীয়া, বৰাক, ভাগ্যশূন্য, ভাগ্যহীন, মন্দভাগী, ললাটী, হতভগীয়া, হতভাগা, হতভাগী, হতভাগ্য,
Bodo: गोमालांनाय,
Mising: gone,
Garo: gopal gri,
Bishnupriya Manipuri: ভাগ্যাহীন,
Tai: জম্ কাম্
Related Idea:
a. Proper Adj.-Neuter: unfortunate, wretched, দুৰ্ভাগ্যজনক, खाफालमोन्दा, दुखुनांथाव...Contributed by: Bikram M Baruah on 2008-05-08
2. (Proper Adj.) causing or being a subject for grief or regret দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
Assamese: কালিন্দী, দুঃখকাৰক, দুঃখকৰ, দুঃখজনক, দুঃখদায়ক, দুঃখদায়ী, দুঃখপ্ৰদ, দুখজনক, দুখলগা, দুৰ্ভগীয়া, দুৰ্ভাগ্যৱন্ত, মন্দভাগ্য, শোকলগা, শোকাবহ, হতভাগ্য,
Bodo: दिखारनांथाव, दुखुनांथाव,
Hmar: lungsietum, pawi,
Deori: মন-চ্চিৰুবা
Different POS:
a. Proper Adj.: bereaved, dejected, elegiac, দুখীত, বিষাদঘন...Contributed by: Bikram M Baruah on 2008-05-08
3. (Abstract Noun) A bad luck that has caused a trouble. ভাগ্য বেয়া হোৱা অৱস্থাটো৷