সৰ্থেবাৰীৰসৰ্প-হিংসক

সৰ্প (Assamese) [ Roman: xor.po]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-22
1. Zoology(Common Noun-Common) any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas. উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷