স্বৈৰাচাৰিণীস্বৈৰাচাৰী

স্বৈৰাচাৰিতা (Assamese) [ Roman: soi.ra.sa.ri.ta]
Contributed by: Biraj Kumar Kakati on 2011-01-01
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun) The quality of being wayward or guided by one's own way regardless of the wishes or good of others. লোকৰ হিত-অহিত, সুবিধা-অসুবিধাৰ কথা চিন্তা নকৰি নিজৰ খেয়াল-খুচিমতে কৰা কাৰ্য্য কলাপ৷