স্থাৱৰ সম্পত্তিস্থিতাধিকাৰ

স্থিতপ্ৰজ্ঞ (Assamese) [ Roman: sthi.to.pro.gyo]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-04
1. (Proper Adj.-Common &/or Masculine) A person who control his mind and one's feelings, behavior in any situation. Or free from desire. যিজনে সুখ-দুখৰ সকলো সময়তে নিজৰ মনক সংযত কৰি ৰাখে বা বিষয়-বাসনা এৰি আত্মাৰ চিন্তাত মগ্ন হৈ থাকে ৷