সেউজ সংকেতসেউজী

সেউজগৃহ (Assamese) [ Roman: xeuj.gri.ho]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-19
1. (Material Noun-Neuter) a building, room, or area, usually chiefly of glass, in which the temperature is maintained within a desired range, used for cultivating tender plants or growing plants out of season. এটা ঘৰ, কোঠালি বা এলেকা, সাধাৰণতে কাঁচেৰে তৈয়াৰী, য`ত উষ্ণতা এক নিৰ্দ্দিষ্ট পৰিসৰৰ মাজত সীমাৱদ্ধ ৰখা হয়। বিশেষভাৱে আপদাল কৰিবলগীয়া গছ প্ৰতিপালন কৰিবলৈ বা অকালত কোনো গছ ডাঙৰ-দীঘল কৰিবলৈ ব্যৱহাৰ কৰা হয়।