সেইদোঙাসেইদৰেই

সেইদৰে (Assamese) [ Roman: xei.do.re]
Contributed by: Biraj Kumar Kakati on 2008-04-15
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Adverb) In like or similar manner. কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ সদৃশ |

Contributed by: Biraj Kumar Kakati on 2009-05-21
2. (Adverb) In a way that is appropriate to what has been done or said in a particular situation. পূৰ্বতে হৈ যোৱা বা উল্লেখিত কোনো ঘটনা বা কথাৰ অনুসৰি |