সূচকীয়সূচনা কৰ্

সূচনা (Assamese) [ Roman: xu.so.na]
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

Contributed by: Rituraj Saikia on 2006-03-30
2. (Abstract Noun) an indirect indication of a future event, specilly an evil one. ভৱিষ্যতে ঘটিবলগীয়া ঘটনা, বিশেষকৈ অশুভ ঘটনা সম্পৰ্কে এক পৰোক্ষ জাননী