সাহাসাহায্য কৰ্

সাহায্য (Assamese) [ Roman: xa.ha.jyo]
Contributed by: Sudipta Kumar Gogoi on 2006-03-17
1. Abstract Noun(Abstract Noun) Provide what is necessary to do a task or satisfy a need কিবা এটা কৰাৰ বাবে অথবা প্ৰয়োজন পূৰাবৰ কাৰণে যি দৰকাৰী, সেইটো দিয়া

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-03-17
2. (Proper Noun-Neuter) money, food, or other help given to those in poverty or need. অভাৱ অনাটনত থকা লোকৰ বাবে সহায়স্বৰূপে আগবঢ়োৱা সামগ্ৰী ৷