সাল-সলনি কৰ্সালঙ্কৃত

সালগ্ৰাম (Assamese) [ Roman: xa.lo.gram]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-09
1. (Material Noun-Neuter) a kind of ammonite or fossil shell found in the river Gandak and wor-shipped as emblem of Viṣṇu. গণ্ডকী নৈত পোৱা আৰু তাৰ গাত বহুত ঘূৰণীয়া আঁচ থকা এবিধ ক’লা শিলগুটি [বিষ্ণুৰ মূৰ্ত্তি-স্বৰূপে হিন্দুৱে তাক পূজা কৰে৷]