সাম্প্ৰতসাম্প্ৰদায়িক

সাম্প্ৰতিক (Assamese) [ Roman: xam.pro.tik]
Contributed by: Bikram M Baruah on 2009-08-24
1. (Proper Adj.) built, created or appeared after all others; not built, created or appeared before. বাকীবোৰতকৈ পিছত তৈয়াৰ কৰা বা ওলোৱা; আগতে কেতিয়াও নোহোৱা৷

Contributed by: Bikram M Baruah on 2009-08-24
2. (Proper Adj.) Of, belonging to, or occurring at a time immediately before the present. বৰ্তমান কালৰ কোনো কাৰ্য্য বা ঘ্টনাৰ তাত্ক্ষণিকভাৱে হোৱা পৰিণাম

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-29
3. (Proper Adj.) in common use in day to day life. সাধাৰণৰূপে ব্যৱহাৰ হৈ থকা; সদায় চলি থকা|