সানমিহলি কৰ্সানুনয়ে

সানুনয় (Assamese) [ Roman: xa.nu.noy]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-25
1. (Proper Adj.-Common) speaking or behaving with respect and dignity সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা

Contributed by: Bikram M Baruah on 2010-01-31
2. (Abstract Noun) The act of asking for something in an anxious way. অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।