সাঁতুৰিসাঁতোৰ মেল

সাঁতোৰ (Assamese) [ Roman: xa~.to`r]
Contributed by: PS on 2006-03-30
1. (Verb-Intran.) to move through water by propelling the body using limbs, fins or tail হাত-ভৰি, ফান বা নেজ ব্যৱহাৰ কৰি পানীত শৰীৰটো আগুৱাই নিয়া

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-03-30
2. (Verbal Noun) the act of moving on water by floating and pushing water with the body শৰীৰৰ সহায়ত পানী ঠেলি আৰু ওপঙি থাকি পানীৰ ওপৰত গতি কৰা কাৰ্য্য