সঞ্চালকালয়সঞ্চালন কৰ
সঞ্চালন (Assamese) [ Roman: xon.sa.lon]
English: motion, movement, relocation,
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2006-07-07
সঞ্চালন (Assamese) [ Roman: xon.sa.lon]
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
Different POS:
a. Proper Adj.-Neuter: movable, অস্থাৱৰ...b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2006-07-07
2. (Abstract Noun) the act of moving side-to-side ইফাল-সিফালকৈ লৰচৰ কৰা কাৰ্য্য