সংবৰ্ধিতসংমিশ্ৰ

সংমণ্ডল (Assamese) [ Roman: xong.mon.dol]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-23
1. (Material Noun-Neuter) one part of an area divided for administrative or tax collection purposes. প্ৰশাসন বা কৰ আদায়ৰ সুবিধাৰ্থে ভাগ কৰা এটা ভৌগোলীক অঞ্চল

Contributed by: Bikram M Baruah on 2021-07-01
2. (Common Noun-Neuter) local revenue sub-divisions of the various districts of the states of India ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাৰ অন্তৰ্গত এক স্থানীয় ৰাজহ উপ-বিভাগ বা অঞ্চল