শ্ৰাৱণশ্ৰী ধৰা

শ্ৰী (Assamese) [ Roman: sri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-21
1. (Abstract Noun) the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations. মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।

Contributed by: Partha P Sarmah on 2007-03-07
2. (Abstract Noun) a title that comes before a man's name or before his name and family name together পুৰুষৰ নাম বা উপাধি বা সম্পূৰ্ণ নামৰ আগত ব্যৱহাৰ কৰা সম্বোধন

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
3. (Common Noun) the state, condition, manner, or style in which a person or object appears, the outward look or aspect কোনো সামগ্ৰী বা লোকৰ বাহ্যিক চাক্ষুস অৱস্থা