শ্ৰাশ্ৰাদ্ধহীন
শ্ৰাদ্ধ (Assamese) [ Roman: srad.dho]
English: requiem,
Assamese: অন্তিম সংস্কাৰ, আদ্যশ্ৰাদ্ধ, কৰম-কানি, দশকৰ্ম, দহা, দহা-কাজ, প্ৰেতক্ৰিয়া, প্ৰেতকৰ্ম্ম, শ্ৰাদ্ধ, শৰাধ,
Mising: urom-apin
শ্ৰাদ্ধ (Assamese) [ Roman: srad.dho]
1. Religious-Mythological(Abstract Noun) religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul. মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।
Assamese: অন্তিম সংস্কাৰ, আদ্যশ্ৰাদ্ধ, কৰম-কানি, দশকৰ্ম, দহা, দহা-কাজ, প্ৰেতক্ৰিয়া, প্ৰেতকৰ্ম্ম, শ্ৰাদ্ধ, শৰাধ,
Mising: urom-apin