শুভশুভ-মুহূৰ্ত্ত শুভ-দিন (Assamese) [ Roman: xu.bho-din]plc: -বোৰ, dfc: -টোContributed by: Atul Ch. Kakoti on 2010-11-09 Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)1. Festival(Common Noun-Neuter) A day specified for religious observance. ধৰ্মীয় উত্সৱ পালনৰ বাবে ধাৰ্য্য কৰা দিন English: auspicious day, holy day, Assamese: পুণ্যতিথি, শুভ-দিন, Rabha: ছানথাৰ, Deori: ইগাবা কাৰি